Advertisement

লংকাৰ কাকী খ্ৰীং খ্ৰীংত উত্তপ্ত পৰিস্হিতি | Assamese people Opposed CAB

লংকাৰ কাকী খ্ৰীং খ্ৰীংত উত্তপ্ত পৰিস্হিতি | Assamese people Opposed CAB LANKA PROTEST

DATE: 10-12-19

হোজাই জিলাৰ
লংকাৰ কাকী খ্ৰীং খ্ৰীংত উতপ্ত পৰিস্হিতি | জাতিধংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰুদ্ধে জাতীয় দল সংগঠনে দিয়া অসম বন্ধত কাকীৰ খ্ৰীং খ্ৰীংত প্ৰতিবাদ কাৰীয়ে প্ৰথমে পথৰ ওপৰত টায়াৰ জ্বলাই সাৱস্ত কৰাৰ লগতে বন্ধ সমৰ্থনৰ লোকে খ্ৰীং খ্ৰীং বজাৰৰ দোকান বন্ধ কৰিবলৈ যোৱাত প্ৰতিবাদ কাৰী,আৰক্ষী আৰু স্হানীয় ব্যৱসায়ীৰ মাজত হতাহতি হয় |পিছত শতাধীক প্ৰতিবাদ কাৰীক আটক কৰে কাকী আৰক্ষীয়ে

Opposed

Post a Comment

0 Comments