Advertisement

After NRC flop show, Himanta Biswa Sarma proposes petitioning SC jointly with AASU & APW

After NRC flop show, Himanta Biswa Sarma proposes petitioning SC jointly with AASU & APW বিসংগিতেৰ ভৰা NRCক নস্যাৎ দল-সংগঠন আৰু ৰাইজৰ। NRC প্ৰকাশ পিছতে চৰকাৰৰ হৈ আছু, APWলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰস্তাৱ। NRCৰ পুনৰীক্ষণৰ বাবে আছু, APW আৰু চৰকাৰে একেলগে উচ্চতম ন্যায়ালয়ত আবেদনৰ প্ৰস্তাৱ মন্ত্ৰী ডঃ শৰ্মাৰ। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰস্তাৱলৈ আদৰণি APWৰ। য’ত জাতীয় স্বাৰ্থ জৰিত তাত ইগ’ আহিব নোৱাৰে বুলি মন্তব্য কৰি আছুকো এনে প্ৰস্তাৱক সমৰ্থন আগবঢ়াবলৈ আহ্বান APWৰ সভাপতি অভিজিৎ শৰ্মাৰ।

#NewsLive #AssamNews

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

#NewsLive,#NewsLiveAssam,#AssamNews,#NewsLiveBreaking,#GuwahatiNews,#NeNews,#NewsLiveChannel,NRC Assam,Assam NRC,Himanta Biswa Sarma NRC,Himanta Biswa Sarma NRC Debate,Assam News,Assam,News Live,

Post a Comment

0 Comments