Advertisement

Elite guards reach Kaziranga to protect one-horned rhinos

Elite guards reach Kaziranga to protect one-horned rhinos কাজিৰঙা পালেহি বিশেষ গঁড সুৰক্ষা বাহিনী। এতিয়াৰে পৰা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অত্যাধুনিক মাৰণাস্ত্ৰৰে সু-সজ্জিত হৈ থাকিব বিশেষ গঁড সুৰক্ষা বাহিনী। ৮২ জনীয়া গঁড সুৰক্ষা বাহিনীৰ এটা দল কাজিৰঙাত উপস্থিত হৈছেহি। এই দলটোত আছে মহিলা সদস্যও। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩টা ৰেঞ্জত গঁডক সুৰক্ষা দিব দলটোৱে। ইতিমধ্যে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে দলটোৱে।

#NewsLive #AssamNews

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

#NewsLive,#NewsLiveAssam,#AssamNews,#NewsLiveBreaking,#GuwahatiNews,#NeNews,#NewsLiveChannel,Kaziranga,Kaziranga Rhinos,Kaziranga National Park,Rhino Protection Force,Elite Rhino Guards,Assam News,Assam,

Post a Comment

0 Comments