Advertisement

Golaghat Engineering College loses AICTE recognition, students face uncertain future

Golaghat Engineering College loses AICTE recognition, students face uncertain future স্বীকৃতি বাতিল হ’ল গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ। AICTEএ বাতিল কৰিলে মহাবিদ্যালয়খনৰ স্বীকৃতি। অনিশ্চয়তাত ৯২ গৰাকী মেধাৱী শিক্ষাৰ্থীৰ ভৱিষ্যৎ। নিম্ন আন্তঃগাঁথনি, অস্থায়ী অধ্যক্ষকে ধৰি ১৭টা কাৰণৰ বাবে বাতিল হ’ল স্বীকৃতি। মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰাৰ ৩ মাহৰ পিছতো নিযুক্ত নহ’ল স্থায়ী শিক্ষক। মুকলি নহ’ল চৰকাৰে অনুমোদন কৰা ৯২ লাখ টকা।

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

News Live,News Live Assam,Assam News,News Live Breaking,Breaking News,Golaghat Engineering College,AICTE,AICTE Recognition,Education Department,Assam,

Post a Comment

0 Comments